জালী
jālī
অৰ্থ
1.
কোমল; পূৰঠ নোহোবা (কোমোবা, তিয়ঁহ আদি)
tender; not mature as the fruit of certain plants
বিণ.
2.
চৰাই ধৰা জাল পতা মানুহ লুকাই থাকিবৰ কাৰণে, গছ- পাত আদিৰে ঢকা ঠাই
an enclosure made with branches and leaves of trees as a hiding place for a person laying a snare for birds
বি.
3.
পকা পলুবে বাহ বান্ধিবলৈ কৰা পাতৰ মুঠা
a nest of leaves for silk-worms
বি.
4.
জালৰ নিচিনা জলা বা ফুটা থকা বস্ত্ত
a net-work
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ