← ফুৰি যাওক

জালোবা

jālobā

অৰ্থ

1.

জালেৰে মাছ ধৰা; জাল বোবা

fishing with nets

বিণ.

সমাৰ্থক শব্দ

2.

জাল বোবা মানুহ; জালেৰে মাছ ধৰা মানুহ

a man fishing with nets

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ