← ফুৰি যাওক

জাহ

jāha

অৰ্থ

1.

ঘি গোট খাই থকা শুকান বা পঁচা জেং-জাবৰ

a mass of rubbish

2.

গোট খাই থকা গছ, লতা আদি জোপোহা হাবি

a thicket

3.

জীণ যোবা; জহি যোবা; গেলি পমি যোবা; গেলি-পচি ক্ষয় পোবা

digested; decomposed; rotten

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ