← ফুৰি যাওক

জামু-কলীয়া

অৰ্থ

1.

পকা ক'লা-জামু ফলৰ বৰণীয়া; অলপ ৰঙাৰে মিহলি ক'লা বৰণৰ

purple

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জামু-কলীয়া · অসমীয়া অভিধান