← ফুৰি যাওক

জাৰক

ja.rok

অৰ্থ

1.

খাদ্য হজম কৰাৰ সৈতে জড়িত। যেনে: হজমী শক্তি/ ঔষধ।

connected with digestion of food.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

যি ৰাসায়নিক পদাৰ্থই (কোনো মৌলৰ সৈতে) অক্সিজেন যোগ কৰি অক্সাইদলৈ ৰূপান্তৰিত কৰে

a chemical agent that oxidizes, i.e. coverts (an element) to oxide by adding oxygen

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জাৰক · অসমীয়া অভিধান