কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একজekajaAdjective
কণীৰপৰা নোপজা; এবাৰতে প্ৰকৱত আকৱতি লৈ জন্মা
not oviparous; bringing forth fully formed young
- একজন্মীekajanmīAdjective
কণীৰপৰা নোপজা; এবাৰতে প্ৰকৱত আকৱতি লৈ জন্মা
not oviparous; bringing forth fully formed young
- একজানিekajāniAdjective
এটা পথ বা উদ্দেশ্যতে ধৰা; অনেক বিষয়ত আসক্ত নেথাকি এটাতে প্ৰবিষ্ট হোবা; সংযত; যেনে-"তেবেসে চঞ্চল দুৰাচাৰ মন হৈব আসি একজানি" (নামঘোষা)
concentrated on one thing
- একজানিAdjective
এটা পথ ধৰা।
- একজোটekajoṭaAdjective
একেলগ; দলবদ্ধ
united; combined
- একঠীয়াekaṭhīẏāAdjective
আদ্-সেৰ বা একঠা ধৰা; দহ মুঠি ধৰা
holding half a seer (said of grain)
- একণীয়াekaṇīẏāAdjective
যোৰৰ এটা নথকা; বিযুৰীয়া; যেনে-"একণীয়া পাৰ"
without one of the pair; single
- একতীয়াekatīẏāAdjective
এফাললৈ কাতি বা চাপৰ হোবা; এঢলীয়া; হেলনীয়া
inclining to one side; slanting
- একত্ৰekatraAdjective
একেগোট; একেলগ; একে ঠাইতে থকা বা ৰখা; পৰস্পৰ লগ লগোবা
to be at one place; placed or united together; assembled; joined together
- একত্ৰিতekatritaAdjective
একেলগ হোবা; মিলিত।
- একতৰekataraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- একতৰফাekataraphāAdjective
এটা পক্ষ বা দলক সুধি কৰা বা দিয়া; খালি এক পক্ষৰ কথা শুনি বা প্ৰমাণ লৈ সিদ্ধান্ত কৰা
ex parte
- একতৰ্ফাekatarphāAdjective
এটা পক্ষ বা দলক সুধি কৰা বা দিয়া; খালি এক পক্ষৰ কথা শুনি বা প্ৰমাণ লৈ সিদ্ধান্ত কৰা
ex parte
- একদম একেek.dom e.keAdjective Adj.
সকলো দিশৰ পৰা প্ৰায় সম্পূৰ্ণ মিল থকা ৷
Absolutely accurate or correct in every detail; the same in every detail.
- একনায়কত্ববাদীe.ko.na.yo.kot.to.ba.diProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- একনিষ্ঠekaniṣṭhaAdjective
একাগ্ৰ
determined
- একপক্ষীয়ekapakṣīẏaAdjective
দুটা বিৰোধী দলৰ মাত্ৰ এটাৰ আবেদন শুনি দিয়া (ৰায়)
ex parte
- একপত্নীকek.pot.nikProper Adj.
যি (পুৰুষে) এবাৰ মাত্ৰ বিয়া কৰাইছে ৷
A person (man) who marries once only.
- একপদীek.po.diProper Adj.
এটা ঠেং বা ভৰি থকা বা এটা ঠেঙৰ ওপৰত ঠিয় হোৱা।
having or standing on one leg.
- একপাক্ষিকekapākṣikaAdjective
দুটা বিৰোধী দলৰ মাত্ৰ এটাৰ আবেদন শুনি দিয়া (ৰায়)
ex parte