← ফুৰি যাওক

একজানি

ekajāni

অৰ্থ

1.

এটা পথ বা উদ্দেশ্যতে ধৰা; অনেক বিষয়ত আসক্ত নেথাকি এটাতে প্ৰবিষ্ট হোবা; সংযত; যেনে-"তেবেসে চঞ্চল দুৰাচাৰ মন হৈব আসি একজানি" (নামঘোষা)

concentrated on one thing

বিণ.

2.

সংযুক্ত; যেনে-"বিলে আৰু নৈয়ে একজানি হৈছে"

united

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একজানি · অসমীয়া অভিধান