একণীয়া
ekaṇīẏā
অৰ্থ
1.
যোৰৰ এটা নথকা; বিযুৰীয়া; যেনে-"একণীয়া পাৰ"
without one of the pair; single
বিণ.
2.
খালি এখন কাণে শুনা
hearing by one ear only
বিণ.
3.
যাৰ এখন মাথোন কাণ আছে
having one ear only
বিণ.
4.
যাৰ এটা মাথোৰ অণু বা কণী আছে; একোঁহীয়া
having one testicle only
বিণ.
5.
বাঁচৰ কণিৰ মাজৰ যোৰ সূতাৰ এডাল ছিগি খালি এডাল থকা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ