একতীয়া
ekatīẏā
অৰ্থ
1.
এফাললৈ কাতি বা চাপৰ হোবা; এঢলীয়া; হেলনীয়া
inclining to one side; slanting
বিণ.
2.
পোনে পোনে নগৈ এদাঁতিলৈ যোবা; এফলীয়া; যেনে-"বাটত একতীয়া হৈ যাবাঁ"
moving to one side
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ