← ফুৰি যাওকএকপক্ষীয়ekapakṣīẏaঅৰ্থ1.দুটা বিৰোধী দলৰ মাত্ৰ এটাৰ আবেদন শুনি দিয়া (ৰায়)ex parteবিণ.সমাৰ্থক শব্দএকপাক্ষিক · ekapākṣikaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ