কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওহালিohāliNoun
বোবনীয়ে বহা আসনৰপৰা হাতে ঢুকি পোবালৈকে ব'ব পৰা অংশ।
- ওহাৰohāraNoun
জন্ত্তৰ পিয়াহৰ জোলোঙা; গাখীৰৰ বাহ
the udder of animals
- ওহিohiPronoun
এই; এইটো; যেনে-"ওহি পৰম তত্ত্ব বেদক বাণী। কহতু মূৰুখমতি মাধবে জানি" (বৰগীত)
this
- ওড়o`rCommon Noun
হিবিস্কাচ্ জাতীয় যিকোনো প্ৰজাতিৰ প্ৰধানকৈ উষ্ণ-মণ্ডলীয়, বিভিন্ন ৰঙৰ ফুল ফুলা এবিধ জোপোহা গছ৷
Any of various chiefly tropical shrubs or trees of the genus Hibiscus, having large, showy, variously colored flowers with numerous stamens united into a tube surrounding the style.
- ওড়, ওড় ফুলoṛa, oṛa, phulaNoun
ৰঙা জবা ফুল
China rose
- ওড়পুস্পo`.ro.pus.poCommon Noun
হিবিস্কাচ্ জাতীয় যিকোনো প্ৰজাতিৰ প্ৰধানকৈ উষ্ণ-মণ্ডলীয়, বিভিন্ন ৰঙৰ ফুল ফুলা এবিধ জোপোহা গছ৷
Any of various chiefly tropical shrubs or trees of the genus Hibiscus, having large, showy, variously colored flowers with numerous stamens united into a tube surrounding the style.
- ওড়িয়াoṛiẏāNoun
উৰিষ্যা দেশৰ অধিবাসী
an inhabitant of Orissa
- ওড়েষাoṛeṣāNoun
উৰিষ্যা।
- ওড়েষানাথNoun
জগন্নাথ।
- ওৰoraNoun
অন্ত; শেষ; সীমা
end; termination
- ওৰণিoraṇiNoun
মুখ ঢাকিবলৈ লোবা কাপোৰ; মুখ লুকওবা কাপোৰ
a veil
- ওৰফুলoraphulaNoun
ৰঙা জবা ফুল
China rose
- ওৰাorāNoun
অন্ত; সংখ্যাৰ পৰিমাণ; যেনে -"প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা" (কীৰ্ত্তন)
limit; end
- ওৰাংo`.rangProper Noun
ওদালগুৰি জিলাৰ এখন উল্লেখযোগ্য স্থান৷
An important place in Odlguri district of Assam.
- ওৰাংওটাংo`.rang.o`.tangCommon Noun
বৃহদাকায় গৰিলাৰ এটা প্ৰজাতি।
Orangutans are the only exclusively Asian genus of extant great ape. The largest living arboreal animals, they have proportionally longer arms than the other, more terrestrial, great apes. They are among the most intelligent primates and use a variety of sophisticated tools, also making sleeping nests each night from branches and foliage. Their hair is typically reddish-brown, instead of the brown or black hair typical of other great apes.
- ওৰেদিনo’.re.dinAbstract Noun
গোটেই বা সম্পূৰ্ণ দিন(টো ধৰি)৷
throughout the day; for the whole day.
- ওৰেষাoreṣāNoun
উৰিষ্যা দেশ।
- ওৰোণাoroṇāNoun
মুখ ঢাকিবলৈ লোবা কাপোৰ; মুখ লুকওবা কাপোৰ
a veil
- ওৱাo`.waCommon Noun
A larger and heavier version of the jungle crow with black feathers and a massive bill. Males and females look alike.It is usually seen in pairs, also they are monogamous in their entire life. Its lifetime is up to 15 years. It is omnivorous, eats almost all the things that is edible. Its nesting season is from December to March.
- ওৱাকিপo’.wa.kipProper Adj.
বুজি পোৱা অথবা জনা হোৱা |
understood or having knowledge about