ওৰ
ora
অৰ্থ
1.
অন্ত; শেষ; সীমা
end; termination
বি.
2.
উহ; সম্ভেদ
a clue; information
বি.
3.
পোবালি বা কণী হ'বৰ কাৰণে চৰাই, পোক আদি সামান্য জন্ত্তৰ সঙ্গম বা মতা-মাইকী ঘোৰ খোবা অবস্হা
copulation
বি.
4.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ