← ফুৰি যাওক

ওৰা

orā

অৰ্থ

1.

অন্ত; সংখ্যাৰ পৰিমাণ; যেনে -"প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা" (কীৰ্ত্তন)

limit; end

বি.

2.

বৱত্তান্ত; আঁতি-গুৰি; যেনে-"বুলিবাহা ইটো কথা পাইলা কৈত তোৰা। স্কন্দপুৰাণৰ হস্তে পাইলো ইটো ওৰা" (শঙ্কৰ-চৰিত)

account; particulars; source

বি.

3.

নাচ-বাগ গাব-বাবলৈ সষ্টম হোবা ঠেও

pose of being ready to dance, speak or sing

বি.

4.

আড়ম্বৰ; আয়ম

pomp

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ