← ফুৰি যাওক

ওৱাকিপ

o’.wa.kip

অৰ্থ

1.

বুজি পোৱা অথবা জনা হোৱা |

understood or having knowledge about

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

অভিজ্ঞতা অথবা অধ্যয়নৰ জৰিয়তে লাভ কৰা পৰিচিতি, সচেতনতা বা বোধশক্তি।

Familiarity, awareness, or understanding gained through experience or study.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওৱাকিপ · অসমীয়া অভিধান