← ফুৰি যাওক

ওৰেদিন

o’.re.din

অৰ্থ

1.

গোটেই বা সম্পূৰ্ণ দিন(টো ধৰি)৷

throughout the day; for the whole day.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওৰেদিন · অসমীয়া অভিধান