← ফুৰি যাওক

ওহি

ohi

অৰ্থ

1.

এই; এইটো; যেনে-"ওহি পৰম তত্ত্ব বেদক বাণী। কহতু মূৰুখমতি মাধবে জানি" (বৰগীত)

this

সৰ্ব্ব.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওহি · অসমীয়া অভিধান