কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মাগনাইAdverb
gratis
- মাগ্māgTransitive verb
ভিক্ষা কৰ্; লোকক খোজ্
to beg; to ask for, as alms
- মাছ-খোৱাmas-kho`.waVerbal Adj.
যি মাছ খায়, তেনে
one who eats fish
- মাজ-মূৰতmāja-mūrataAdverb
মাজতে; আধাখিনিতে; আধাখিনিৰ অন্ততে; যেনে-"কলীয়া ভোমোৰা বৰফুকনে ব্ৰহ্মপুত্ৰত শিলসাঁকো দিবলৈ ধৰিছিল; মাজ-মূৰতে তেওঁ ঢুকাল"
in the meantime; at halfway or midstage
- মাজবাটmaj.batAdverb
দুখন ঠাইৰ মাজৰ দূৰত্বৰ আধা
half the distance between two places.
- মাজবাটতmaj.ba.totAdverb
দুখন ঠাইৰ মাজৰ দূৰত্বৰ আধা
half the distance between two places.
- মাজে মাজেAdverb
সোঁ মাজেদি; এদাঁতি বা এমূৰৰপৰা সিদাঁতি বা সিমূৰলৈ
through the centre
- মাজে-মাজেma.je-ma.jeAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- মাজে-মূধেmāje-mūdheAdverb
আগ-গুৰি নোহোবাকৈ; আঁতি-গুৰি নভঙাকৈ; অনিশ্চিতৰূপে; যেনে-"তেওঁ কথাযাৰ মাজে-মূধে কৈ গ'ল"
in a vague manner without giving details or particulars
- মাজে-সময়েmāje-samaẏeAdverb
মাজে মাজে; eng >occasionally/eng>.
- মাজেমধ্যেma.je.mo.dhyeAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- মাজেসময়েma.je.xo.mo.yeProper Adj.
কোনো নিৰ্দ্দিষ্ট কাৰণ বা উদ্দেশ্যত
for a specific cause / reason
- মাজ্mājTransitive verb
ঘঁহ্; মোহাৰ্; মচ্
to wipe; rub; scrab
- মাটি চহাma.ti so.haVerb-Trans.
শস্য ৰুবলৈ মাটি প্ৰস্তুত কৰা৷
to prepare land for growing crops.
- মাটিত নাম্ma.tit namVerb-Intran.
উৰাজাহাজ বা পক্ষীয়ে আকাশৰ পৰা নামি আহি মাটিত পৰা
to touch land by a flying object like an aeroplane or a bird
- মাটিত বহ্Verb-Intran.
To sit on the ground with knees folded with heels touching one’s buttocks or back of thighs.
- মাঠি-মুঠিmāṭhi-muṭhiAdverb
গুণি-পিটি; ভাবি-চিন্তি
thinking over and over again
- মাঠ্māṭhTransitive verb
লাহে লাহে কোবাই পিটি নিমজ্ কৰ্; যেনে -"সোণাৰিয়ে বিৰি মাঠে"
to smooth by lightly striking with a small hammer
- মাতmātaNoun
মুখৰপৰা ওলোবা শব্দ; উচ্চাৰণ কৰা বাক্য; কথা
sound from the mouth; pronounced words; voice; speech
- মাত দেVerb-Trans.
আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্
to say or do something as a reaction to something that has been said or done