← ফুৰি যাওক

মাজে-মূধে

māje-mūdhe

অৰ্থ

1.

আগ-গুৰি নোহোবাকৈ; আঁতি-গুৰি নভঙাকৈ; অনিশ্চিতৰূপে; যেনে-"তেওঁ কথাযাৰ মাজে-মূধে কৈ গ'ল"

in a vague manner without giving details or particulars

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মাজে-মূধে · অসমীয়া অভিধান