মাজে মাজে
অৰ্থ
1.
সোঁ মাজেদি; এদাঁতি বা এমূৰৰপৰা সিদাঁতি বা সিমূৰলৈ
through the centre
ক্ৰি. বিণ.
2.
মজা-মজিকৈ; সময়মতে; মাজে-সময়ে; কেতিয়াবা কেতিয়াবা
occasionally; now and then
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ