← ফুৰি যাওক

মাত

māta

অৰ্থ

1.

মুখৰপৰা ওলোবা শব্দ; উচ্চাৰণ কৰা বাক্য; কথা

sound from the mouth; pronounced words; voice; speech

বি.

2.

কোনো জন্ত্তৰপৰা ওলোবা শব্দ; ধ্বনি; স্বৰ

sound given out by anything; time

বি.

3.

ভাষা; . b >4/b> ডাক; মতা কাৰ্য্য

language ; call; utterance

বি.

4.

টান কথা; গালি

harsh words

বি.

5.

মত দিয়াৰ স্বত্ব; মাতিবৰ অধিকাৰ; . অক. ধা. শব্দ কৰ্

right of voice ; to make a sound

বি.

6.

কথা ক

to speak

বি.

7.

জনা; নিমন্ত্ৰণ কৰ্

to invite

সক. ধা.

8.

পঢ়্; পাঠ কৰ্

to read

বি.

9.

মুখস্হ গা; আবৱত্তি কৰ্

to recite

বি.

10.

ক্ষমা মাগ্; দোষ এৰাবলৈ মিনতি কৰ্

to beg pardon of

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মাত · অসমীয়া অভিধান