মাঠ্
māṭh
অৰ্থ
1.
লাহে লাহে কোবাই পিটি নিমজ্ কৰ্; যেনে -"সোণাৰিয়ে বিৰি মাঠে"
to smooth by lightly striking with a small hammer
সক. ধা.
2.
চাঁচ বা হাতাবাহেৰে ওখোৰা-মোখোৰাবিলাক চাঁচি মিহি কৰ্; মঠাল্ (কাঠ আদি)
to make smooth by cutting or scraping off the rough parts on the surface
সক. ধা.
3.
সান্-মিহলি কৰ্; যেনে -"ধঁপাতত পকা তেঁতেলী আৰু মিঠৈ মাঠি লোবা ভাল"।
to mix
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ