← ফুৰি যাওক

মাজ-মূৰত

māja-mūrata

অৰ্থ

1.

মাজতে; আধাখিনিতে; আধাখিনিৰ অন্ততে; যেনে-"কলীয়া ভোমোৰা বৰফুকনে ব্ৰহ্মপুত্ৰত শিলসাঁকো দিবলৈ ধৰিছিল; মাজ-মূৰতে তেওঁ ঢুকাল"

in the meantime; at halfway or midstage

ক্ৰি. বিণ.

2.

আদি বা মূলতে; ঘাইকৈ; মুঠতে; যেনে-"মাজ-মূৰত নাই গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়"

originally; primarily

ক্ৰি. বিণ.

3.

ব্ৰহ্মৰন্ধ্ৰত বা তালুত; যেনে-"মাজ-মূৰত খালে সাপে, ধৰণী ধৰিবলৈ ঠাই নেথাকে"

at the crown of the head

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ