কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকৃতীo.kri.tiProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- অকৃত্যo.kri.tyoProper Adj.
morally wrong or not suitable for given occasion.(deeds)
- অকৃত্ৰিমo.kri.timProper Adj.
মিছা বা নকল নোহোৱা; মূল বস্তুৰ পৰা বা বস্তুৰে তৈয়াৰী।
not false or copied; of/made from the original materials.
- অকৃপণo.kri.ponProper Adj.
খৰচ কৰিবলৈ বেয়া নোপোৱা
do not mind incurring expense
- অকোঁৱা-পকোৱাo.ko`~.wa-po.ko`.waProper Adj.
সাপে গতি কৰিলে লোৱা তেৰা-বেকা ভাঁজৰ দৰে।
changing direction irregularly and very frequently.
- অকোবা-পকোবাakobā-pakobāAdjective
মেয খোবা; বেঁকা-বেঁকি; পোন নোহোবা
zig-zag
- অক্লান্তaklāntaAdjective
ক্লান্ত নোহোবা; ভাগৰ নলগা
not tired or fatigued
- অক্লিকান্দাaklikāndāAdjective
উভৈনদী; ওবাদানি; বিমান লাগে তাতোকৈ বেছি
more than sufficient; abundant
- অক্লিষ্টakliṣṭaAdjective
ক্লেশ বা কষ্ট নমনা; অক্লান্ত; ক্লেশশূন্য
unmindful of pain or fatigue; untired; unwearied
- অক্লেদ্যakledyaAdjective
পানীবে তিয়াব বা গলাব নোববা
not soluble in water
- অক্ষতakṣataAdjective
ঘা বা ঘুণ নলগা; নিঘুণ
not wounded; uninjured; sound
- অক্ষমakṣamaAdjective
ক্ষমতাহীন
powerless; weak
- অক্ষমনীয়okhyo.mo.ni.yaProper Adj.
যিটো ক্ষমাৰ অযোগ্য বা ক্ষমা কৰি দিব পৰা নাযায়।
Something that can not be pardoned or forgiven.
- অক্ষমুখীProper Adj.
মেৰুদণ্ড বা কাণ্ডৰ ফালে কাষৰ ফালে থকা
situated on the side toward the axis or stem
- অক্ষীয়o.khyi.yoProper Adj.
অক্ষৰ ওপৰত, অক্ষৰ চাৰিওফালে অথবা অক্ষৰ দিশত ৷
Located on, around, or in the direction of an axis.
- অক্ষুণ্ণakṣuṇṇaAdjective
অব্যৰ্থ; সফলমনোৰথ
not disappointed
- অক্ষয়akṣaẏaAdjective
সদায় থকা; চিৰকলীয়া
imperishable
- অক্ষৰে-অক্ষৰেo.khyo.re-o.khyo.reProper Adj.
কিহবাৰ কথিত অথবা লিখিত ৰূপৰ সৈতে হুবহু একে
word for word; exactly as spoken or written
- অক্ৰিয়akriẏaAdjective
ক্ৰিয়া বা কাম নথকা
devoid of action
- অক্ৰূৰakrūraAdjective
দয়ালু; নৰমিয়াল
kind