অক্ষত
akṣata
অৰ্থ
1.
ঘা বা ঘুণ নলগা; নিঘুণ
not wounded; uninjured; sound
বিণ.
2.
পুৰুষেৰে সৈতে সংসৰ্গ নোহোবা। যেনে- অক্ষত যোনি
virgin
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
akṣata
ঘা বা ঘুণ নলগা; নিঘুণ
not wounded; uninjured; sound
বিণ.
পুৰুষেৰে সৈতে সংসৰ্গ নোহোবা। যেনে- অক্ষত যোনি
virgin
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ