← ফুৰি যাওক

অক্লেদ্য

akledya

অৰ্থ

1.

পানীবে তিয়াব বা গলাব নোববা

not soluble in water

বিণ.

2.

বিমল; যেনে-'অক্লেদ্য আত্মা' (ক.গী.)

unsullied; pure

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অক্লেদ্য · অসমীয়া অভিধান