← ফুৰি যাওক

অকোবা-পকোবা

akobā-pakobā

অৰ্থ

1.

মেয খোবা; বেঁকা-বেঁকি; পোন নোহোবা

zig-zag

বিণ.

2.

সৰল নোহোবা

not straight- forward

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকোবা-পকোবা · অসমীয়া অভিধান