← ফুৰি যাওক

অক্ষয়

akṣaẏa

অৰ্থ

1.

সদায় থকা; চিৰকলীয়া

imperishable

বিণ.

2.

শেষ নোহোবা; অন্ত নপৰা

inexhaustible

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অক্ষয় · অসমীয়া অভিধান