কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হha
বৰ্ণমালাৰ তেত্ৰিশ সংখ্যাৰ আখৰ
thirty-third letter of the consonants
- হঁহুবাTransitive verb
আনৰ হাঁহি তোল্
to cause to laugh
- হওঁকho.u~kVerb-Intran.
কাৰোৱাৰ অৱস্থা সলনি হোৱা৷
to change one's status to be something else
- হকেhakeAdverb
পক্ষে; বাবে; পৰিবৰ্ত্তে
for the benefit of; on behalf of
- হকে-বিহকেho.ke-bi.ho.keAdverb
উচিত-অনুচিত বিচাৰ নকৰাকৈ
without considering the congruity or appropriateness
- হগুবাTransitive verb
শৌচ কৰা
to cause to evacuate bowels
- হজম কৰ্ho.jom korVerb-Trans.
পাকস্থলীত খাদ্য শৰীৰে শোষণ কৰিব পৰা অৱস্থালৈ পৰিৱৰ্ত্তন কৰ্
Assimilate food in the stomach
- হটাhaṭāTransitive verb
নিন্দা কৰ্; গৰিহণা দি; নিন্দনীয় কৰ্
to cause to be censured or reproached
- হট্haṭTransitive verb
দোষাৰোপ কৰ্; নিন্দা কৰ্; গৰিহণা দি
to censure; to blame
- হঠাতেho.tha.teAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- হঠাতে, হঠাৎ কৰেAdverb
অকস্মাৎ; আগেয়ে নজনাকৈ
suddenly
- হঠাৎhaṭhātAdverb
অকস্মাৎ; দৈবাৎ; আগেয়ে নজনাকৈ
suddenly; without previous notice; by chance
- হঠাৎ কৰ্Verb-Trans.
পূৰ্ব পৰিকল্পনা অবিহনে, উপলব্ধ সামগ্ৰী আৰু উৎসৰে আকস্মিকভাৱে সৃষ্টি কৰ্ বা পৰিৱেশন কৰ্ ৷
to perform or make quickly from materials and sources available, without previous planning.
- হঠাৎ ফুট্ho.that phutVerb-Intran.
To come open or fly apart suddenly or violently, especially from internal pressure
- হতবুদ্ধি হho.to.bud.dhi hoVerb-Intran.
লাজত পৰি অসুবিধা অনুভৱ কৰ্
to feel uncomfortable because of shame
- হতভম্ব হho.to.bhom.bo hoVerb-Intran.
হঠাৎ কোনো চিন্তা, আবেগ বা অনুভূতিৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হ
to undergo a shock, i.e. a sudden or violent disturbance of the mind, emotions, or sensibilities
- হতশ্ৰী হho.to.sri hoVerb-Intran.
সঁচা বা ঠিক অবস্থাৰ পৰা পিছল্ বা লৰচৰ হ; ভাল বা সুস্থ অৱস্থা এৰ্
to be altered from normal or healthy state or to go out of order
- হতাhatāTransitive verb
দোলা বা ভাৰ উলাহি দুলীয়া বা ভাৰীক সহায় কৰ্; যেনে-"ভাৰখন হতাই দিয়াঁ"
to give relief by lending a hand to a carrier of a load
- হতা-বকতাকৈhatā-bakatākaiAdverb
হতা-হতিকৈ; কেইবাজনেও হাতে হাতে ধৰি
by helping each other
- হতা-হতিকৈAdverb
কোনো কামত কেইবাজনেও ধৰা-ধৰিকৈ; পৰস্পৰে সহায়কৈ
by helping each other