← ফুৰি যাওক

হট্

haṭ

অৰ্থ

1.

দোষাৰোপ কৰ্; নিন্দা কৰ্; গৰিহণা দি

to censure; to blame

সক. ধা.

2.

সং. [ঘটন; হি ঘটনা] অক. ধা. পিছ হোঁহক্

to retreat; to go backward; to fall back

3.

খীণা; দুৰ্ব্বল হ

to become weak; to be reduced (as in illness)

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ