হটা
haṭā
অৰ্থ
1.
নিন্দা কৰ্; গৰিহণা দি; নিন্দনীয় কৰ্
to cause to be censured or reproached
সক. ধা.
2.
পাছ হোঁহকা; পাছলৈ যাবলৈ বা পলাবলৈ বাধ্য কৰ্; পৰাস্ত কৰ্
to cause to retire or retreat; to defeat
সক. ধা.
3.
কষ্ট দি; দুৰ্ব্বল কৰ্
to weaken; to reduce
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ