কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টংṭamNoun
দুটা বৰ টান বস্ত্তৰ পৰস্পৰে আঘাত লাগি হোবা দীঘলীয়া শব্দ
an imitative word used to express the sound caused by two hard things striking against one another
- টংকটিকProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- টংকাৰtong.karCommon Noun
ধনুৰ গুণ বা কোনো তাঁৰ বাদ্যৰ টানকৈ বন্ধা তাঁৰ এদাল টানি এৰি দিলে হোৱা শব্দ৷
a sound made when a tight string (of a musical instrument or bow)or wire is pulled and released.
- টকচালিṭakacāliNoun
গা সজাই ফিটাহি মাৰি ফুৰা কাৰ্য্য; ধুন মাৰি গা জোকাৰি ফুৰা কাৰ্য্য
strutting about gaily
- টকম্বৰিṭakambariAdjective
ধন-সম্পত্তি ঢুকাই দৰিদ্ৰ হোবা
reduced to poverty
- টকলা-বাৰীNoun
তামোল-পাণ, গছ-গছনি নথকা বাৰী; নৰম শ্ৰেণীৰ বাৰী
a bare home-stead of inferior classification
- টকাṭakāAdjective
ঠেক; যিমানলৈ ওলমিব লাগে সিমানলৈ ওলমি নপৰা
narrow; of insufficient breadth or length
- টকা-কড়িto.ka-ko.riAbstract Noun
কোনো ব্যক্তিৰ টকা-পইছা, মাটি-বাৰী, সা-সম্পত্তি আদি৷
Anything owned by an individual that has a cash value. This includes property, goods, savings or investments
- টকা-পইচাto.ka-poi.saAbstract Noun
কোনো ব্যক্তিৰ টকা-পইছা, মাটি-বাৰী, সা-সম্পত্তি আদি৷
Anything owned by an individual that has a cash value. This includes property, goods, savings or investments
- টকা-সিকাto.ka-xi.kaAbstract Noun
কোনো ব্যক্তিৰ টকা-পইছা, মাটি-বাৰী, সা-সম্পত্তি আদি৷
Anything owned by an individual that has a cash value. This includes property, goods, savings or investments
- টকালিṭakāliNoun
টকলিয়ালে হোবা শব্দ।
- টকিঅ’to.ki.o``Proper Noun
জাপানৰজাপানৰ ৰাজধানী আৰু পৃথিৱীৰ সৰ্ববৃহৎ জনবহুল চহৰ৷
Japan Tokyo is the capital of Japan, the center of the Greater Tokyo Area, and the most populous metropolitan area in the world.
- টকীয়াṭakīẏāAdjective
এটকা মূল্য বা বেচৰ
of rupee value
- টকুনাṭakunāNoun
এবিধ বনৰীয়া আওকাঠী গছ
a kind of forest tree
- টকৌṭakauNoun
তাল জাতিৰ এবিধ উদ্ভিদ [পাত প্ৰায় তালপাতৰ কিন্ত্ত তাৰ ঠাৰিত দুয়োকাণে বৰ জোঙা কাঁইট শাৰী পাতি থাকে; বগৰী একোটাৰ সমান ঘূৰণীয়া গুটি জোকা-জোকে লাগে; পাতেৰে ঘৰ, জাপি, নাবৰ ছৈ আদি ছোবা হয়।]
the useful palm; Livistonia jenkinsiana
- টকৌ-লাইṭakau-lāiNoun
টকৌ পাতৰ দৰে ডাঙৰ পাতৰ লাই শাক।
- টক্ টক্ṭak, ṭakNoun
কোনো টান বস্ত্তত ঘনে ঘনে আঘাত কৰিলে বা বৰকৈ খোজ কাঢ়িলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that of repeated strokes or foot-steps on a hard surface
- টক্টকনিNoun; Intransitive verb
টক্টকা।
- টক্সিক’লজিtok.si.ko``.lo.jiProper Noun
বিষ, তাৰ প্ৰকাৰ, প্ৰতিক্ৰিয়া আৰু তাৰ প্ৰতিধেয় সম্পৰ্কীয় বিজ্ঞানৰ শাখা ৷
The branch of science concerned with poisons, their nature, effects, and antidotes.
- টকয়াṭakaẏāNoun
ৰণত পিন্ধা কাণ ঢকা টুপী
a helmet; a cap covering the head and the ears