← ফুৰি যাওক

টকচালি

ṭakacāli

অৰ্থ

1.

গা সজাই ফিটাহি মাৰি ফুৰা কাৰ্য্য; ধুন মাৰি গা জোকাৰি ফুৰা কাৰ্য্য

strutting about gaily

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টকচালি · অসমীয়া অভিধান