টকা
ṭakā
অৰ্থ
1.
ঠেক; যিমানলৈ ওলমিব লাগে সিমানলৈ ওলমি নপৰা
narrow; of insufficient breadth or length
বিণ.
2.
চাৰি মহা গধূৰ পৰিমাণ; তোলা
the weight of one rupee
বি.
3.
আগৰ ষোস অনা; বৰ্তমান এশ পইছা বেচৰ ৰূপৰ মোহৰ; নগদ ধন
one rupee coin; equivalent to 16 annas in the past and now hundred Paise
বি.
4.
এডোখৰ গোটা বাঁহৰ এমূৰ ফালি ইমূৰ নফলাকৈ ৰাখি দুই ফালেৰে পৰস্পৰ কোবাই শব্দ কৰা যতন
a bamboo clapper
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ