← ফুৰি যাওক

টকৌ

ṭakau

অৰ্থ

1.

তাল জাতিৰ এবিধ উদ্ভিদ [পাত প্ৰায় তালপাতৰ কিন্ত্ত তাৰ ঠাৰিত দুয়োকাণে বৰ জোঙা কাঁইট শাৰী পাতি থাকে; বগৰী একোটাৰ সমান ঘূৰণীয়া গুটি জোকা-জোকে লাগে; পাতেৰে ঘৰ, জাপি, নাবৰ ছৈ আদি ছোবা হয়।]

the useful palm; Livistonia jenkinsiana

বি.

2.

চুলি সৰায় বুলি ভবা এবিধ মকৰা জাতিৰ পোক

a kind of spider which is supposed to destroy human hair

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ