← ফুৰি যাওকটকম্বৰি
ṭakambari
অৰ্থ
1.ধন-সম্পত্তি ঢুকাই দৰিদ্ৰ হোবা
reduced to poverty
বিণ.
সমাৰ্থক শব্দ
2.হাবি বা বন আদি নথকা; টকলা
bare; devoid of jungle or trees
বিণ.
সমাৰ্থক শব্দ
3.ধন- সম্পত্তি হেৰুবাই দুখীয়া হোবা মানুহ
one reduced to poverty
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ