← ফুৰি যাওক

টকীয়া

ṭakīẏā

অৰ্থ

1.

এটকা মূল্য বা বেচৰ

of rupee value

বিণ.

2.

এটকা বা চাৰি মহা জোখৰ

of rupee weight

বিণ.

3.

এটকালৈকে জুখিব পৰা তৰ্জ্জু

a pair of small scales for weighing up to one tola

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টকীয়া · অসমীয়া অভিধান