কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঐ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঐai
স্বৰৰ আৰু বৰ্ণমালাৰ দ্বাদশ আখৰ; ব্যঞ্জনেৰে সৈতে যুক্ত হৈ ইয়াৰ আকৱতি "ৈ" এনে হয়
the twelfth letter of the alphabet
- ঐককেন্দ্ৰিকoi.ko.ken.drikProper Adj.
এটা উমৈহতীয়া বা সাধাৰণ কেন্দ্ৰ থকা (বৃত্ত বা চক্ৰ)
having a common center (as circles or spheres)
- ঐকান্তিকaikāntikaAdjective
একনিষ্ঠ; মাত্ৰ এজনক ধ্যান আদি কৰা; যেনে-"ঐকান্তিক মহামুনি যতঃ নিবৰ্ত্তিয়া বিধি-নিষেধত" (নামঘোষা)
- ঐক্যৱদ্ধoi.kyo.wod.dhoVerbal Adj.
একেটা উদ্দেশ্যত সহমত হৈ একেলগ হোৱা৷
Characterized by unity; being or joined into a single entity.
- ঐচ্ছিকaicchikaAdjective
ইচ্ছা অনুসৰি ল'ব পৰা
optional
- ঐছনaichanaAdjective
এনে; এনেকুবা।
- ঐছেaicheAdjective
এনে; এনেকুবা।
- ঐতিহাসিকaitihāsikaAdjective
ইতিহাস-সম্পৰ্কীয়; বুৰঞ্জীৰ গুৰি ধৰি লিখা
pertaining to history; historical
- ঐতিহ্যপূৰ্ণProper Adj.
বুৰঞ্জীত নাম থকা বা প্ৰাধান্য থকা৷
Famous or important in history; related to history
- ঐতিহ্যমণ্ডিতoi.ti.jyo.mon.di.toProper Adj.
বুৰঞ্জীত নাম থকা বা প্ৰাধান্য থকা৷
Famous or important in history; related to history
- ঐন্দ্ৰজালিকaindrajālikaAdjective
বাজীকৰৰ নিচিনা নোহোবা বস্ত্ত হোবা কৰি দেখুবা; ভেলেকি কৰা; মায়া-যুক্ত
magical; illusory
- ঐশoi.xoProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- ঐশান্যaiśānyaAdjective
উত্তৰ-পূব
north-eastern
- ঐশিকaiśikaAdjective
ঈশ্বৰৰ নিচিনা; ঈশ্বৰ-সম্পৰ্কীয়; ঐশ্বৰিক
divine
- ঐশীoi.xiProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- ঐশ্বৰিকaiśbarikaAdjective
ঈশ্বৰে কৰা; যেনে-"ঐশ্বৰিক লীলা"
done by God
- ঐশ্বৰীয়ois.wo.ri.yoProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- ঐশ্বৰ্য্যবন্ত, ঐশ্বৰ্যবন্ত; ঐশ্বৰ্য্যশালী; ঐশ্বৰ্যশালীAdjective
ধন-সম্পত্তি আৰু প্ৰভুত্ব থকা
wealthy; prosperous
- ঐশ্বৰ্য্যশালীoi.swor.jyo.xa.liProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ঐশ্বৰ্যৱানoi.swar.jyo.banProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth