ঐ
ai
অৰ্থ
1.
স্বৰৰ আৰু বৰ্ণমালাৰ দ্বাদশ আখৰ; ব্যঞ্জনেৰে সৈতে যুক্ত হৈ ইয়াৰ আকৱতি "ৈ" এনে হয়
the twelfth letter of the alphabet
2.
তুচ্ছাৰ্থত মতা মাত; হেৰ
a particle used in addressing a man of inferior rank
অব্য.
3.
উপযুক্ত; সেই; ওপৰত লিখাটোৰ সৈতে একে
ditto; the same
সৰ্ব্ব. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ