ঐকান্তিক
aikāntika
অৰ্থ
1.
একনিষ্ঠ; মাত্ৰ এজনক ধ্যান আদি কৰা; যেনে-"ঐকান্তিক মহামুনি যতঃ নিবৰ্ত্তিয়া বিধি-নিষেধত" (নামঘোষা)
বিণ.
2.
আতিশয়; শ্ৰেষ্ঠ; যেনে-"হৰিৰ আশ্ৰয় নেৰিবা ভাই। ঐকান্তিক সুখ তেবেসে পাই" (নামঘোষা); বি. ঐকান্তিকতা।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ