ঐন্দ্ৰজালিক
aindrajālika
অৰ্থ
1.
বাজীকৰৰ নিচিনা নোহোবা বস্ত্ত হোবা কৰি দেখুবা; ভেলেকি কৰা; মায়া-যুক্ত
magical; illusory
বিণ.
2.
বাজীকৰ; যাদুকৰ; ভেলেকী-বিদ্যা জনা লোক
a magician
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
aindrajālika
বাজীকৰৰ নিচিনা নোহোবা বস্ত্ত হোবা কৰি দেখুবা; ভেলেকি কৰা; মায়া-যুক্ত
magical; illusory
বিণ.
বাজীকৰ; যাদুকৰ; ভেলেকী-বিদ্যা জনা লোক
a magician
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ