← ফুৰি যাওক

ঐশ্বৰিক

aiśbarika

অৰ্থ

1.

ঈশ্বৰে কৰা; যেনে-"ঐশ্বৰিক লীলা"

done by God

বিণ.

2.

ঈশ্বৰৰ নিচিনা (গুণ, শক্তি থকা); যেনে-"ঐশ্বৰিক ক্ষমতা"

divine

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ