কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহৌষধিmahauṣadhiNoun
উত্কৱষ্ট ঔষধ; প্ৰমাণী দৰব
an infallible medicine
- মহৌহোmahauhoNoun
আঘোণৰ পূৰ্ণিমাৰ ৰাতি গৰখীয়া ল'ৰাই "মহোহো মহোহো" বুলি লোকৰ ঘৰে ঘৰে মহ-খেদা গীত গাই লগ-ভাত খাবলৈ পইছা খোজা উৎসব
a kind of festival
- মহৎ (-ত্)mahat, (-t)Adjective
ডাঙৰ; বৱহদাকাৰ
great; large
- মহৰমmaharamaNoun
মুছলমানী বছৰৰ প্ৰথম মাহ
first month of the Moslem year
- মহৰিmahariNoun
আঁঠুবা
a curtain
- মহৰীmaharīNoun
লিখা-পঢ়া কাম কৰা বিষয়া; কাকতী
a writer or clerk
- মাmāNoun
মাতৱ; আই
mother; mamma
- মাংচMaterial Noun
খাদ্যৰূপে ব্যৱহাৰ কৰা জন্তুৰ দেহৰ মাংসপেশী
the flesh of animals as used for food
- মাংসmāṃsaNoun
মঙহ; হাড় ঢাকি থকা শৰীৰৰ কোমল ভাগ
flesh; meat
- মাংসগ্ৰন্হিNoun
মঙহ-গাঁঠি; মাংসপিণ্ড [সং.] বি. মঙহৰ চপৰা
a lump of flesh
- মাংসপিণ্ডmang.xo.pin.doMaterial Noun
মাংসৰ চপৰা বা টুকুৰা।
a lump or chunk of raw meat.
- মাংসপেশীNoun
শৰীৰৰ বেলেগ বেলেগ ঠাইলৈ তেজ সঞ্চালন কৰা মাংসপিণ্ড; ; মাংসসাৰ [সং.] বি. যি বস্ত্তৰপৰা শৰীৰৰ মঙহ বৱদ্ধি হয়।
muscles ; protein
- মাংসসাৰmang.xo.xarAbstract Noun
Any of a group of organic compounds of one or more chains of amino acids and forming an essential part of all living organisms
- মাই-গুটীয়াmāi-guṭīẏāNoun
এবিধ কিছু থোপোৰা ধান
a kind of paddy
- মাইকmāikaNoun
শব্দৰ ধ্বনি বৱদ্ধি কৰা যন্ত্ৰ
microphone
- মাইকণmai.konPronoun
সৰু ছোৱালীক মৰমেৰে মতা নাম
Assamese Gurdians used to call their girl child by these words
- মাইকাঠীmāikāṭhīNoun
ৰাঁচৰ বাও (দুযোৰ) যাৰ বুকুত ৰাঁচৰ কণি বা পথালি কাঠীবিলাক বান্ধি ৰখা যায়।
- মাইকীmāikīNoun; Feminine
(জন্ত্ত বা মানুহ); . স্ত্ৰী. তিৰোতা
a female ; a woman; a wife
- মাইকী মানুহmai.ki ma.nuhCommon Noun
প্ৰাপ্তবয়স্ক স্ত্ৰীলিঙ্গৰ মানুহ
An adult female human
- মাইকী-পোবালিmāikī-pobāliNoun
পোবালি লগা মাইকী
a dam with her offsprings