মহৎ (-ত্)
mahat, (-t)
অৰ্থ
1.
ডাঙৰ; বৱহদাকাৰ
great; large
বিণ.
2.
শ্ৰেষ্ঠ; প্ৰধান; মানী
prominent; chief; main; honourable
বিণ.
3.
মহতালি; যেনে-"দেখ দেখ কেন সুৰপতিৰ মহত" (দশম); মহতালি বৰাই; কেৰামতালি; গৰ্ব্বভাব; ডাঙ্কোপ
a show of one's power and strength; obstentation; pride
বি.
4.
মহত্ত্ব; গৌৰব; মহৎ লোকৰ গুণ বা প্ৰকৱতি
greatness; dignity; nobleness; magnanimity
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ