মাইকী-পোবালি
māikī-pobāli
অৰ্থ
1.
পোবালি লগা মাইকী
a dam with her offsprings
বি.
2.
লগত সন্তান থকা তিৰোতা
a mother with her child
বি.
3.
ছাপ-কটা বা মোহৰ মৰা যোৰ পতা যতন; মুদ্ৰা তৈয়াৰী কৰা সাঁচ
dies for coining
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ