← ফুৰি যাওক

মহৰী

maharī

অৰ্থ

1.

লিখা-পঢ়া কাম কৰা বিষয়া; কাকতী

a writer or clerk

বি.

2.

একপ্ৰকাৰ ফালিৰ নিচিনা মুখেৰে ফু দি বজোবা বাদ্য-যন্ত্ৰ; যেনে-"কাহালী মহৰী কৰতাল" (কীৰ্ত্তন)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ