← ফুৰি যাওক

মহৰম

maharama

অৰ্থ

1.

মুছলমানী বছৰৰ প্ৰথম মাহ

first month of the Moslem year

বি.

2.

ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে উক্ত মাহত পালন কৰা এটা পৰ্ব্ব

a Mohammedan festival observed in this month

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মহৰম · অসমীয়া অভিধান