কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহুৰাmahurāNoun
তাঁত ব'বৰ কাৰণে ইকৰাৰ চুঙাত মেৰাই লোবা সূতা
thread wound on a piece of reed for weaving
- মহুৰা-কাঠীNoun
ইকৰা বা লেকেচি বাঁহৰ ফোঁপোলা চুঙা য'ত তাঁত ব'বলৈ সূতা মেৰাই লয়
a weaver's quill
- মহুৱাCommon Noun
মদ প্ৰস্ত্ততকৰণত ব্যৱহৃত এবিধ ফুল আৰু তাৰ গছ৷
a flower and its tree used to prepare wine.
- মহেঞ্জদাৰোmo.hen.jo`.da.ro`Proper Noun
পুৰণি সভ্যতাৰ চিহ্ণ থকা খনন কাৰ্য্য থকা ঠাই বৰ্তমান পাকিস্থানৰ অন্তৰ্গত৷
Mohenjo-daro IPA is an archeological site in the province of Sindh, Pakistan. Built around 2600 BCE, it was one of the largest settlements of the ancient Indus Valley Civilization, and one of the world's earliest major urban settlements, contemporaneous with the civilizations of ancient Egypt, Mesopotamia, and Crete. Mohenjo-daro was abandoned in the 19th century BCE, and was not rediscovered until 1922. Significant excavation has since been conducted at the site of the city, which was designated a UNESCO World Heritage Site in 1980
- মহেন্দ্ৰmahendraNoun
স্বৰ্গৰ ৰজা; বাসব; ইন্দ্ৰ
Indra, the king of the gods
- মহেন্দ্ৰাণীmo.hen.dra.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু দেৱৰাজ ইন্দ্ৰৰ ধৰ্মপত্নী৷
A Hindu goddess and wife of Indra.
- মহেন্দ্ৰীmo.hen.driProper Noun
হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু দেৱৰাজ ইন্দ্ৰৰ ধৰ্মপত্নী৷
A Hindu goddess and wife of Indra.
- মহেশmaheśaNoun
শিব; মহাদেব
Śiva
- মহেশানীmo.he.xa.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- মহেশীmo.he.xiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- মহেশ্বৰmaheśbaraNoun
শিব; মহাদেব
Śiva
- মহোদধিmahodadhiNoun
মহাসাগৰ
ocean
- মহোদয়mahodaẏaNoun
মনৰ উচ্চ ভাব; যেনে-"মিলে আসি সহোদয়"। (নামঘোষা)
elevated state of mind
- মহোদয় পৰ্বতmo.ho`.doy por.botMaterial Noun
ৰামাযণত উল্লেখিত, হনুমানে বিশল্যকৰণী বিচৰি যোৱা পৰ্বত৷ মহাভাৰতত থকা মতে এইখন পাহাৰতে দ্ৰোণাচাৰ্য্যই শিবিৰ পাতাছিল৷
A hill mentioned in great Sanskrit epic Ramayana and Mahabharata.
- মহোমহোপাধ্যায়mahomahopādhyāẏaNoun
সংস্কৱত পণ্ডিতৰ এটাইতকৈ শ্ৰেষ্ঠ উপাধি
a title of a great Sanskrit scholar; a most eminent scholar
- মহোহোmahohoNoun
আঘোণৰ পূৰ্ণিমাৰ ৰাতি গৰখীয়া ল'ৰাই "মহোহো মহোহো" বুলি লোকৰ ঘৰে ঘৰে মহ-খেদা গীত গাই লগ-ভাত খাবলৈ পইছা খোজা উৎসব
a kind of festival
- মহোৎসবmahotsabaNoun
অতি আনন্দৰ কাৰ্য্য; অনেক লোক গোট খাই কৰা আমোদ-প্ৰমোদ
a great rejoicing
- মহোৎসৱmo.ho`t.sobAbstract Noun
ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷
An occasion for feasting or celebration, especially a day or time of religious or social significance that recurs at regular intervals.
- মহোৰগmo.ho`.rogCommon Noun
প্ৰধানকৈ এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ উপলব্ধ এবিধ ডাঙৰ আকাৰৰ বিষহীন সাপ; ইহঁত প্ৰায় ৬ মিটাৰ (২০ ফুট) পৰ্য্যন্ত দীঘল হয়। ইহঁতে চিকাৰৰ গাত পাক মাৰি ধৰি উশাহ-নিশাহ বন্ধ কৰি মাৰি পেলাব পাৰে।
Any of various nonvenomous snakes of the family Pythonidae, found chiefly in Asia, Africa, and Australia, that coil around and suffocate their prey. Pythons often attain lengths of 6 meters (20 feet) or more.
- মহৌষধmahauṣadhaNoun
উত্কৱষ্ট ঔষধ; প্ৰমাণী দৰব
an infallible medicine