মহোমহোপাধ্যায়
mahomahopādhyāẏa
অৰ্থ
1.
সংস্কৱত পণ্ডিতৰ এটাইতকৈ শ্ৰেষ্ঠ উপাধি
a title of a great Sanskrit scholar; a most eminent scholar
বি.
2.
বৰ সংস্কৱতজ্ঞ ; বিখ্যাত পণ্ডিত
one who is well-versed in Sanskrit; a most eminent scholar
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ