← ফুৰি যাওক

মহুৰা-কাঠী

অৰ্থ

1.

ইকৰা বা লেকেচি বাঁহৰ ফোঁপোলা চুঙা য'ত তাঁত ব'বলৈ সূতা মেৰাই লয়

a weaver's quill

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মহুৰা-কাঠী · অসমীয়া অভিধান