মহুৰা
mahurā
অৰ্থ
1.
তাঁত ব'বৰ কাৰণে ইকৰাৰ চুঙাত মেৰাই লোবা সূতা
thread wound on a piece of reed for weaving
বি.
2.
খাট, পালেং, চাং আদিৰ দাঁতিত লগোবা মহুৰাৰ আকৱতিৰ গোটা খুঁটি
a rod of railing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ